why Palash da look like Superman

why Palash da look like Superman

বৰ্তমান সময়ত টিভি জগতৰ ধাৰাবাহিক সমুহ দেশৰ সকলোৱেই ঘৰতেই স্হান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় সকলো লোকেই মনোৰঞ্জনৰ আহিলা হিচাপে এই ধাৰাবাহিকবোৰ উপভোগ কৰে। দেশৰ বিভিন্ন টিভি চেনেল সমুহত দৈনীক বহুত পৰিমানে ধাৰাবাহিক সম্প্ৰচাৰিত পৰা হয়। তাৰে কিছুমান ধাৰাবাহিক দৰ্শকে বহুত বেছি ভাল পায়।
'কমেডি নাইট উইথ কপিল' বিশেষ আনুষ্ঠানটো হয়তো আপুনি মই সকলোৱেই চাওঁ। প্ৰতিটো শ্ব'টেই বলিউডৰ আৰু ক্ৰীড়া জগতৰ বিভিন্ন জন চেলিব্ৰিটীক দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ ফলত অনুষ্ঠানটোৰ জনপ্ৰিয়তা দিনক দিনে আচৰিত ধৰণে বৃদ্ধি পাবলৈ ধৰিছে। বলিউডৰ নতুন কৈ আহিবলগীয়া প্ৰায়বোৰ ছবি এই অনুষ্ঠানৰ জৰিয়তে প্ৰমোচন কৰা হয়। এই অনুষ্ঠানৰ জনপ্ৰিয়তা দেশ‌‌ বিদেশত ইমানেই বেছি যে এখন আহিবলগীয়া ছবিৰ বতৰা প্ৰায় সকলো লোকৰ ওচৰলৈ লৈ যোৱাত বহু পৰিমাণে সহায় কৰে।এই অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠান সম্প্ৰচাৰ হোৱা চেনেল টোৰ TRPত যথেষ্ট বেছি বহাই তুলিছে। সেয়েহে এই অনুষ্ঠানটো চেনেলটোৰ বাবে অতি লাভজনক বিবেচিত হৈ আহিছে।

Post a Comment

0 Comments